Psalms 134

আৰোহন-যাত্ৰাৰ সঙ্গীত।

1হে যিহোৱাৰ দাসসকল,
তোমালোক, যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা,
তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা;
2তোমালোকে পবিত্ৰস্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা।

যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।

3

Copyright information for AsmULB